New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-agrani.jpg)
- ১৬১নং ধুলাবড়ি ছোৱালী ME স্কুল ভোটকেন্দ্ৰ
- ৯৩নং ধূলাবড়ি LP স্কুল ভোটকেন্দ্ৰত ই ভি এম বিকল
- কমলপুৰৰ মদাৰতলা ভোট গ্ৰহণ কেন্দ্ৰত বিকল
- মুক্তাপুৰৰ আল্টা ভোটকেন্দ্ৰত বিকল ই ভি এম
- টংলাৰ চাটগাড়ী প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰতো বিকল
- কৰিমগঞ্জৰ MMMC বালিকা বিদ্যালয়তো বিকল
- নগাঁৱৰ বঢ়মপুৰৰ ন আলি মূৰত ই ভি এম বিকল
- ২০৫নং পুৰণিগুদাম জে বি স্কুল পশ্চিমত বিকল
- ২০৬নং জে বি স্কুল উত্তৰতো বিকল ই ভি এম
- হাফলঙৰ হাগজেৰ নগৰ এল পি স্কুলতো বিকল
- মাইবং নামঘৰ ভোটকেন্দ্ৰতো ই ভি এম বিকল
- লৱাৰ মৌলহৈ এল পি স্কুলতো বিকল ই ভি এম
- বাক্সাৰ মহৰিপাৰাৰ বাপুজী এম ই স্কুলতো বিকল
- গোৰেশ্বৰৰ ৰামপুৰ এল পি স্কুলত ই ভি এম বিসংগতি
- ৰঙিয়াৰ কনিহা MV স্কুল ভোটগ্ৰহণ কেন্দ্ৰত বিকল
- পিবি কনিহা হাইস্কুল ভোটগ্ৰহণ কেন্দ্ৰ
- ৰঙিয়া বেছিক ট্ৰেইনিং ভোটগ্ৰহণ কেন্দ্ৰ
- মৰিগাঁও বিধান সভা সমষ্টিতো বিকল ই ভি এম
- ৯২নং সাপমাৰি মজলীয়া বিদ্যালয়ত বিকল ই ভি এম
- হোজাইৰ বিষ্ণুপুৰ LP স্কুলতো বিকল ই ভি এম
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us