দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন, কোন ৰাজ্যৰ কিমানটা সমষ্টিত হ’ব অনুষ্ঠিত হ’ব ভোটগ্ৰহণ…

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন, কোন ৰাজ্যৰ কিমানটা সমষ্টিত হ’ব অনুষ্ঠিত হ’ব ভোটগ্ৰহণ…

author-image
asomiyapratidin
New Update
অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণঃ আবেলি ৩ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ…

  • আজি লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
  • ১২ খন ৰাজ্যৰ মুঠ ৯৬ টা সমষ্টিত অনুষ্ঠিত হ'ব এই ভোটগ্ৰহণ।
  • অসমৰ মঙলদৈ, নগাঁও, শিলচৰ, ডিফু আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
  • তদুপৰি তামিলনাডুৰ ৩৯টা,
  • জম্মু-কাশ্মীৰৰ ১৪টা,
  • কৰ্ণাটকৰ ১৪ টা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
  • বিহাৰৰ ৫টা,
  • ছট্টীশগড়ত ৩টা,
  • মহাৰাষ্ট্ৰত ১০টা,
  • মণিপুৰত এটা,
  • ওড়িশাত ৫টা,
  • পুডুচেৰীত এটা সমষ্টিত ভোটগ্ৰহণ।
  • ইয়াৰ উপৰিও তামিলনাডুত এটা,
  • উত্তৰ প্ৰদেশত ৮টা
  • আৰু পশ্চিম বংগত ৩টা সমষ্টিত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।