দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ কিছু তথ্য…

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ কিছু তথ্য…

author-image
asomiyapratidin
New Update
অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণঃ আবেলি ৩ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ…

  • নিৰ্বাচন অনুষ্ঠিত হোৱা মুঠ আসনৰ সংখ্যা ৯৫।
  • ২খন আসনত নিৰ্বাচন অনুষ্ঠিত হোৱা নাই।
  • নিৰ্বাচন অনুষ্ঠিত নোহোৱা আসন দুখন হ'ল- ত্ৰিপুৰা আৰু তামিলনাডুৰ।
  • দ্বিতীয় পৰ্যায়ত মুঠ ভোটাৰৰ সংখ্যা ১৫.৫২ কোটি।
  • ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৭.৬৯ কোটি।
  • মহিলা ভোটাৰৰ সংখ্যা ৭.৬৩ কোটি।
  • তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১১,০৩০।
  • ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ১১খন ৰাজ্য আৰু ১খন কেন্দ্ৰীয় শাসিত অঞ্চলত।
  • মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ১,৭৪,৪৪১।
  • মুঠ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ সংখ্যা ১৬১১।
  • ইয়াৰে ৭৯গৰাকী বিএছপিৰ প্ৰাৰ্থী।
  • ৫৩গৰাকী কংগ্ৰেছৰ ।
  • ৫০গৰাকী প্ৰাৰ্থী বিজেপিৰ।
  • দ্বিতীয় পৰ্যায়ত চিপিআই-য়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ৭খন আসনত।
  • চিপিএমে প্ৰতিদ্বন্দ্বিতা কৰা আসনৰ সংখ্যা ৬।
  • ২৩খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে ডি এম কে।
  • এ আই ডি এম কে প্ৰতিদ্বন্দ্বিতা কৰিছে ২১খন আসনত।
  • অন্যান্য আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ সংখ্যা ১৩১২।