১৮ এপ্ৰিলত ১৩ ৰাজ্যৰ ৯৭ সমষ্টিত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

১৮ এপ্ৰিলত ১৩ ৰাজ্যৰ ৯৭ সমষ্টিত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

author-image
asomiyapratidin
New Update
বিয়লি ৩ বজাৰলৈকে শিৱসাগৰৰ ভোটদানৰ হাৰ…

  • ১৮ এপ্ৰিলত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
  • ১৩ খন ৰাজ্যৰ মুঠ ৯৭ টা সমষ্টিত অনুষ্ঠিত হ'ব এই ভোটগ্ৰহণ।
  • অসমৰ মঙলদৈ, নগাঁও, শিলচৰ, ডিফু আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
  • তদুপৰি তামিলনাডুৰ ৩৯টা, জম্মু-কাশ্মীৰৰ ১৪টা, কৰ্ণাটকৰ ১৪ টা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
  • বিহাৰৰ ৫টা, ছট্টীশগড়ত ৩টা, মহাৰাষ্ট্ৰত ১০টা, মণিপুৰত এটা, ওড়িশাত ৫টা, পুডুচেৰীত এটা সমষ্টিত ভোটগ্ৰহণ।
  • ইয়াৰ উপৰিও তামিলনাডুত এটা, ত্ৰিপুৰাত ১টা, উত্তৰ প্ৰদেশত ৮টা আৰু পশ্চিম বংগত ৩টা সমষ্টিত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।