New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-agrani.jpg)
ডিজিটেল সংবাদ তেজপুৰঃ তেজপুৰ লোকসভা সমষ্টিত ১১ বজালৈকে ভোটদানৰ সংখ্যা প্ৰায় ২৩ শতাংশ । ইয়াৰ বিপৰীতে বিশ্বনাথ বিধান সভা সমষ্টিত ২৪ শতাংশ বিহালীত ২৬ শতাংশ । ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেজপুৰ লোকসভা সমষ্টিত সৰ্বমুঠ ভোট দান সংখ্যা আছিল ৭৮. ৭৯ শতাংশ ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us