কটকটীয়া নিৰাপত্তাৰ মাজেৰে ২৩ মে’ত হ’ব ভোটগণনা

কটকটীয়া নিৰাপত্তাৰ মাজেৰে ২৩ মে’ত হ’ব ভোটগণনা

author-image
asomiyapratidin
New Update
কটকটীয়া নিৰাপত্তাৰ মাজেৰে ২৩ মে’ত হ’ব ভোটগণনা

  • লোকসভা নিৰ্বাচন, ২০১৯ৰ ২৩ মে'ৰ ভোটগণনাক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ভোটগণনা কেন্দ্ৰত।
  • ভোট গণনা কেন্দ্ৰৰ বাহিৰত মোতায়েন কৰা হৈছে অধিক সংখ্যক নিৰাপত্তাৰক্ষীক।
  • মহাৰাষ্ট্ৰৰ পুনেৰ ভোটগণনা কেন্দ্ৰৰ বাহিৰতো কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
  • গণনাকাৰী বিষয়া, পুলিং এজেন্ট সকলোকে চলোৱা হৈছে তালাচী।
  • আনফালে বিহাৰৰ পাটনাতো মোতায়েন নিৰাপত্তাৰক্ষী।
  • পাটনাৰ ভোটগণনা কেন্দ্ৰৰ বাহিৰত আৰক্ষী, নিৰাপত্তাৰক্ষীৰ সতৰ্ক দৃষ্টি।