লোকসভা নিৰ্বাচন, ২০১৯ৰ এক্সিট প’লৰ ফলাফলে কি কয়…

লোকসভা নিৰ্বাচন, ২০১৯ৰ এক্সিট প’লৰ ফলাফলে কি কয়…

author-image
asomiyapratidin
New Update
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সবাতোকৈ ধনী প্ৰাৰ্থীজন কোন দলৰ?…

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন, ২০১৯ৰ অন্ত পৰাৰ লগে লগে প্ৰকাশ পাইছে এক্সিট প'লৰ ফলাফল। বিভিন্ন সংস্থাসমূহে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত প্ৰকাশ কৰিছে এক্সিট প'লৰ ভিন্ন তথ্য।

টাইমছ নাউ-ভিএমআৰৰ মতেঃ

এনডিএ- ৩০৬

ইউপিএ- ১৩২

অন্যান্য- ১০৪

নিউজ এক্স-নেতাৰ মতেঃ

এনডিএ- ২৪২

ইউপিএ- ১৬৪

অন্যান্য- ১৩২

ৰিপাব্লিক টিভিৰ মতেঃ

এনডিএ- ৩০৫

ইউপিএ- ১২৪

অন্যান্য- ১১১

সুদৰ্শন নিউজৰ মতেঃ

এনডিএ- ৩১৩

ইউপিএ- ১২১

অন্যান্য- ১০১

নিউজ নেশ্যনৰ মতেঃ

এনডিএ- ২৮২-২৯০

ইউপিএ- ১১৮-১২৬

অন্যান্য- ১৩০-১৩৮