/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/fe505e51-f227-4ab9-8add-27d9b91a011d.jpg)
১. কনহাইয়া কুমাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ।
বিহাৰৰ বেগুচৰাই সমষ্টিৰ চি পি আইৰ প্ৰাৰ্থী কুমাৰ।
বেগুচৰাইবাসীয়ে বিবেকেৰে সিদ্ধান্ত ল'ব বুলি মন্তব্য কনহাইয়াৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5Sn9aBU0AU4vKF.jpg)
২. মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথেও দিলে ভোট।
মধ্যপ্ৰদেশৰ চিনদাৱৰা ১৭ নং পলিং ষ্টেচনত সাব্যস্ত কৰিলে ভোটাধিকাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5SerStU0AA-Jun.jpg)
৩. বিজেপি নেতা তথা অভিনেতা পৰেশ ৰাৱলে সাব্যস্ত কৰিলে ভোটাধিকাৰ।
পত্নীসহ ভোটদান মুম্বাইত কৰিলে ভোটদান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5SaLRmU0AIrcBZ.jpg)
৪. উত্তৰ প্ৰদেশৰ গোৰখপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰবি কিষানেও দিলে ভোট।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5SWdFxU4AACcuO.jpg)
৫. ৰিজাৰ্ভ বেংকৰ গৰ্ভনৰ শক্তিকান্ত দাস দাসেও দিলে ভোট।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5SWQoXU4AA_Tfz.jpg)
৬. বলিউদৰ মোহময়ী অভিনেত্ৰী ৰেখাইয়ো মুম্বাইৰ এটা ভোটকেন্দ্ৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5STXSfUUAAS38H.jpg)
৭. নৰ্থ চেন্টেল মুম্বাইৰ বিজেপি প্ৰাৰ্থী পুনম মহাজনেও দিলে ভোট।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5SRQceU8AE_Uqy.jpg)
৮. ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে জলাহৱাৰ ভোটকেন্দ্ৰত দিলে ভোট।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5SQBC2U4AA7l2P.jpg)
৯. অনিল আম্বানীয়ে মুম্বাইৰ চমানী বিদ্যালয়ত সাব্যস্ত কৰিলে ভোটাধিকাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5SOKAuUIAARJBy.jpg)
১০. কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙেও দিলে ভোট।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5SNA-lUUAEkuo4.jpg)
১১. অভিনেতা অনুপম খেৰেও সাব্যস্ত কৰিলে ভোটাধিকাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5S-VB2UIAIf9FP.jpg)
১২. অভিনেতা ভাগ্যশ্ৰীয়ে মুম্বাইত দিলে ভোট।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5S903GUcAEa4NS.jpg)
১৩. অভিনেত্ৰী সোনালী বেন্দ্ৰেও কৰিলে ভোটাধিকাৰ সাব্যস্ত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5S93MAUUAAEsjS.jpg)
১৪. এইচ ডি এফ চিৰ চেয়াৰমেন দীপক পৰেশও দিলে ভোট।
/https://media.assettype.com/asomiyapratidin/import/media/D5S3hjZU0AAIs5P.jpg)
১৫. অভিনেতা আমিৰ খান আৰু পত্নী কিৰণ ৰাৱে মুম্বাইৰ এচ টি এনি হাইস্কুলত দিলে ভোট।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5S28qrUEAIi1v8.jpg)
১৬. মুম্বাইৰ জুহু ভোটকেন্দ্ৰত মাধুৰী দীক্ষিতে দিলে ভোট।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5Svp6xU8AA4s3_.jpg)
১৭. এন চি পি দলৰ নেতা শৰদ পৱাৰেও দিলে ভোট।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5SusjwU4AAwCON.jpg)
১৮. নৰ্থ মুম্বাইৰ কংগ্ৰেছ প্ৰাৰ্থী উৰ্মিলাই সাব্যস্ত কৰিলে ভোটাধিকাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5SgEJjU8AEFyex.jpg)
১৯. বিশিষ্ট অভিনেত্ৰী শুভা খটেও মুম্বাইৰ এক ভোটকেন্দ্ৰত দিলে ভোট।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5Se02mU0AA066x.jpg)
২০. উত্তৰ প্ৰদেশৰ ঝান্সীৰ বিজেপি প্ৰাৰ্থী অনুৰাগ শৰ্মাই সাব্যস্ত কৰিলে ভোটাধিকাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5SidJ-UIAEDJip.jpg)