New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4bkHdAUUAA09bf.jpg)
- কৰ্ণাটকত এগৰাকী ১০৭ বছৰীয়া বৃদ্ধাৰ ভোটদান।
- বাংগালুৰু গ্ৰাম্য লোকসভা সমষ্টিৰ বাবে ভোটদান কৰিলে বৃদ্ধাগৰাকীয়ে।
- শালুমুৰাদা থিম্মাক্কা নমৰ বৃদ্ধা গৰাকী এগৰাকী সমাজ সেৱিকা।
- পদ্ম সন্মানেৰে সন্মানিত বৃদ্ধা গৰাকীয়ে গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত ভোটদান কৰা বুলি মন্তব্য।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us