New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/hahhhhahaklkahjyaklnjakuakjajhlkjjajhjagygafcaeeUntitled-4.jpg)
- হিমাচলপ্ৰদেশত ১০২ বছৰ বয়সীয়া শ্যাম চৰণ নেগীৰ ভোটাধিকাৰ সাব্যস্ত।
- স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ভোটাৰ এই বৃদ্ধগৰাকী।
- ৰাজ্যখনৰ কল্পৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত।
#WATCH: 102-yr old Shyam Saran Negi, 1st voter of Independent India, cast his vote for #LokSabhaElections2019 in Kalpa, Kinnaur earlier today. He was welcomed by officials with traditional folk music. He had cast the first vote in the 1951 general elections. #HimachalPradeshpic.twitter.com/IgaghNgykr
— ANI (@ANI) May 19, 2019
- বৃদ্ধ ভোটাৰগৰাকীক পৰম্পৰাগত লোক গীতেৰে স্থানীয় ৰাইজে জনায় আদৰণি।
- ১৯৫১চনত শ্যাম চৰণ নেগীয়ে প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিছিল।