কোনে ক’ত দিলে ভোট…

কোনে ক’ত দিলে ভোট…

author-image
asomiyapratidin
New Update
কোনে ক’ত দিলে ভোট…

১. ইম্ফলত ভোটদান সাব্যস্ত কৰিলে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙে।

২. ৯ বজা লৈকে বিহাৰৰ ৫ সমষ্টিত ভোটদানৰ হাৰ ১২.২৭ শতাংশ।

৩. কণাৰ্টকৰ উপমুখ্যমন্ত্ৰী জি পৰমেশ্বৰে পত্মীৰ সৈতে সাব্যস্ত কৰিলে ভোটাধিকাৰ।

৪. কংগ্ৰেছ নেতা পি চিদাম্বৰম আৰু পৰিয়ালে কৰিলে ভোটদান।

৫.তামিলনাডুৰ কমল হাছানৰৰ জীয়াৰী কীৰ্তি হাছানে সাব্যস্ত কৰিলে ভোটাধিকাৰ।

৬. অভিনেতা তথা বেংগালুৰুৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰকাশ ৰাজে কৰিলে ভোটদান।

৭. পুডুচেৰীৰ মুখ্যমন্ত্ৰী ভি নাৰায়নস্বামীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ।

৮. মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লাইও দিলে ভোট।

৯. কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়েও কৰিলে ভোটদান।

১০. ডি এম কে অধ্যক্ষ এম কে ষ্টালিনেও সাব্যস্ত কৰিলে ভোটাধিকাৰ।