Assamese Quotes About Life: জীৱনৰ বিষয়ে উদ্ধৃতি

Assamese Quotes About Life: জীৱনৰ বিষয়ে উদ্ধৃতি
Assamese Quotes About Life: জীৱনৰ বিষয়ে উদ্ধৃতি

1) নিজৰ ভুলৰ বাহিৰে মানুহে পৃথিৱীত সকলো বস্তুৱেই বিচাৰি পায়।

Assamese Quotes About Life: জীৱনৰ বিষয়ে উদ্ধৃতি
Assamese Quotes About Life: জীৱনৰ বিষয়ে উদ্ধৃতি

2)কপালত যদি সুখ নাথাকে, জোৰ কৰি সুখ অনা অসম্ভৱ ।

Assamese Quotes About Life: জীৱনৰ বিষয়ে উদ্ধৃতি
Assamese Quotes About Life: জীৱনৰ বিষয়ে উদ্ধৃতি

3)স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়,অলপ দেৰিকৈ হলেও সকলোৱে জীৱনত এই কথাষাৰ বুজি পায় ।

Assamese Quotes About Life: জীৱনৰ বিষয়ে উদ্ধৃতি
Assamese Quotes About Life: জীৱনৰ বিষয়ে উদ্ধৃতি

4)যাৰ মনটো ভাল হয়, তেওঁৰ ভাগ্যখন বহুত বেয়া হয় ।

Assamese Quotes About Life: জীৱনৰ বিষয়ে উদ্ধৃতি
Assamese Quotes About Life: জীৱনৰ বিষয়ে উদ্ধৃতি

5)সম্পৰ্কৰ ভাঙিবলৈ কাৰণৰ প্ৰয়োজন নাই, আচৰণেই যথেষ্ট।

Assamese Quotes About Life: জীৱনৰ বিষয়ে উদ্ধৃতি
Assamese Quotes About Life: জীৱনৰ বিষয়ে উদ্ধৃতি

6)জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়, ইয়াক সহজ কৰি ল’বলগীয়া হয়, কিছু এলাগী কৰি আৰু কিছু সহ্য কৰি ।

Assamese Quotes About Life: জীৱনৰ বিষয়ে উদ্ধৃতি
Assamese Quotes About Life: জীৱনৰ বিষয়ে উদ্ধৃতি

7)দুখ অচিনাকি মানুহে  নিদিয়ে, দুখ দিয়ে সদায় নিজৰ আপোন মানুহবোৰে ।

8)সুখ হাজাৰ বিচাৰিলেও নাপাওঁ কিন্তু দুখ বোৰ নিবিচাৰাকৈয়ে বহুত  পাওঁ ।

9)যিমানেই ডাঙৰ হৈছোঁ আনন্দবোৰ সিমানেই দূৰৈত হেৰাই গৈছে ।

10)মানুহ কেতিয়াও বেয়াহৈ জন্ম নহয়, এই পৃথিৱীখনে মানুহক বেয়া হ’বলৈ বাধ্য কৰে ।

11)হেৰাই যোৱাজন ঘূৰি আহিব পাৰে কিন্তু সলনি হৈ যোৱাজন কেতিয়াও ঘূৰি নাহে ।

12)কিতাপৰ পাতে নহয়, পেটৰ ভোক আৰু কঠিন মতেহে আমাক অধিক শিকায় ।

13)জীৱনত অহা বেছি ভাগ মানুহেই অস্থায়ী। কিছুমানে সময় পাৰ কৰিবলৈ আহে আৰু কিছুমানে সময় নষ্ট কৰিবলৈ আহে ।

14)মানুহক চেহেৰা আৰু কাপোৰৰ সহায়ত চিনিব নোৱাৰি, মানুহক চিনিব পাৰি কৰ্ম আৰু মানসিকতাৰ সহায়ত ।

15)যিবিলাক মানুহে আপোনাক কেৱল নিজৰ প্ৰয়োজনৰ সময়তহে মনত পেলায়, সেইবিলাক মানুহক কোনো কাৰণতে হৃদয়ত ঠাই নিদিব। অন্যথা আপুনি আঘাত পোৱাটো নিশ্চিত ।

16)সকলোৰে জীৱনত এনেকুৱা এজন মানুহ থাকে, যাক পাহৰিবও নোৱাৰি আৰু নিজৰ কৰাৰো অধিকাৰ নাথাকে ।

17)খং উঠিলে চিঞঁৰিবলৈ যিমান শক্তি লাগে, তাতকৈ মনে মনে থাকিবলৈ বেছি শক্তি লাগে ।

18)নিজৰ সুখৰ বাবে কেতিয়াও আনক দুখ নিদিবা ।

19)দুখৰ অভাৱ নাই বাবেই সুখৰ দাম বেছি মায়া বজাৰত ।

20)দুখবোৰ পাহৰা একমাত্ৰ উপায় ব্যস্ত থাকিব লাগিব ।

21)সপোন প্ৰত্যেকে দেখে কিন্তু সপোনবোৰ পূৰণ কৰা ভাগ্য প্ৰত্যেকৰ নাথাকে ।

Assamese Quotes About Life: জীৱনৰ বিষয়ে উদ্ধৃতি
"Assamese Birthday wishes: আপোনজনক বিশেষভৱে জনাওক জন্মদিনৰ শুভেচ্ছা "

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in