বেংক বিষয়া জুনু শৰ্মাৰ হত্যাকাণ্ডক পৰিকল্পিত আখ্যা আৰক্ষী সঞ্চালক প্ৰধানৰ

  • বেংক বিষয়া জুনু শৰ্মাৰ হত্যাকাণ্ড পৰিকল্পিত।
  • এই মন্তব্য আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াৰ।
  • বুধবাৰে এক সংবাদমেলযোগে এই মন্তব্য কৰে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে।
  • বেংক কেলেংকাৰী গাপ দিয়াৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ।
  • ঘটনা সন্দৰ্ভত জুনু শৰ্মাৰ গাড়ীচালক প্ৰণৱ কলিতাক জেৰা।
  • চালকজনৰ ক্ৰিমিনেল ৰেকৰ্ড সন্দৰ্ভতো পৰীক্ষা কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in