ছিংগাপুৰত স্কোবা ডাইভিঙৰ সময়ত অসুস্থ জুবিন গাৰ্গঃ অচেতন অৱস্থাত উদ্ধাৰ শিল্পীগৰাকীক

ছিংগাপুৰত অসুস্থ শিল্পী জুবিন গাৰ্গ। ছিংগাপুৰত পেৰা স্কোবা ডাইভিং কৰিছিল জুবিন গাৰ্গে। স্কোবা ডাইভিঙৰ সময়তে সাগৰপৃষ্ঠত পৰে তেওঁ। বৰ্তমানেও অচেতন অৱস্থাত আছে জুবিন গাৰ্গ।

author-image
Tushar Pratim
New Update
ছিংগাপুৰত স্কোবা ডাইভিঙৰ সময়ত অসুস্থ জুবিন গাৰ্গঃ অচেতন অৱস্থাত উদ্ধাৰ শিল্পীগৰাকীক
  • ছিংগাপুৰত অসুস্থ শিল্পী জুবিন গাৰ্গ।
  • ছিংগাপুৰত পেৰা স্কোবা ডাইভিং কৰিছিল জুবিন গাৰ্গে।
  • পেৰাগ্লাইডিঙৰ সময়তে সাগৰপৃষ্ঠত পৰে তেওঁ। 
  • তাৰ পাছতেই অচেতন অৱস্থাত উদ্ধাৰ হয় শিল্পীগৰাকী। 
  • বৰ্তমান ,হাস্পতালত আছে শিল্পীগৰাকী। 
  • কেইবাজনো চিকিৎসকে তেওঁৰ চিকিৎসা কৰি আছে।
  • এতিয়াও চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ সন্দৰ্ভত কোনো কথা অৱগত কৰা নাই। 
  • নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ লবলৈ গৈছিল জুবিন গাৰ্গ। 
  • জুব্নি গাৰ্গৰ এই দুৰ্ঘটনাৰ পাছতে সম্পূৰ্ণ অচলাবস্থাৰ সৃষ্টি হৈছে নৰ্থ ইষ্ট ফেষ্টিভেলত। 
জুবিন গাৰ্গ