শিখা শৰ্মাৰ বিৰুদ্ধে গৰিমা শইকীয়া গাৰ্গৰ এজাহাৰ দাখিল

ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু  কৰিলে গৰিমা শইকীয়া গাৰ্গে। জুবিনৰ সন্দৰ্ভত চ'ছিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট দিছিল শিখাই।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-19 at 11.13.50 AM
  •  বিতৰ্কীত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল 
  • ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু  কৰিলে গৰিমা শইকীয়া গাৰ্গে
  • জুবিনৰ সন্দৰ্ভত চ'ছিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট দিছিল শিখাই
  •  দিছপুৰ থানাত  আন এখন এজাহাৰ দিব জুবিনৰ ভগ্নী পামী বৰঠাকুৰে
  • জুবিন ফেন ক্লাৱেও দাখিল কৰিব আন এখন এজাহাৰ শিখাৰ বিৰুদ্ধে 
জুবিন গাৰ্গ জুবিন