New Update
/asomiyapratidin/media/media_files/2025/10/13/whatsapp-image-2025-10-13-13-00-23.jpeg)
- ৰাজহুৱা নহয় জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্ট
- তদন্তকাৰী গোটে লাভ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্ট
- সঠিক সময়ত আদালতত দাখিল কৰিব এই ৰিপ'ৰ্ট
- এই কথা স্পষ্ট কৰিলে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই
- মৰণোত্তৰ পৰীক্ষা ৰাজহুৱা হ'ব বুলি ওলাইছিল উৰা বাতৰি
- একাংশ সংবাদ মাধ্যমতো প্ৰচাৰ হৈছিল এই খবৰ