নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ

জুবিন গাৰ্গৰ দুই PSOক গ্ৰেপ্তাৰ। কিছুসময় পূৰ্বে গ্ৰেপ্তাৰ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক। আজি চতুৰ্থ দিনৰ বাবে জেৰাৰ সন্মুখীন হৈছিল দুয়ো।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-10 at 10.16.47 AM
  • জুবিন গাৰ্গৰ দুই PSOক গ্ৰেপ্তাৰ
  • কিছুসময় পূৰ্বে গ্ৰেপ্তাৰ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক
  • আজি চতুৰ্থ দিনৰ বাবে জেৰাৰ সন্মুখীন হৈছিল দুয়ো
  • ইতিমধ্যে দুয়োকে চাকৰিৰ পৰা কৰা হৈছিল নিলম্বন
  • দুয়োৰে একাউণ্টত হৈছিল বুজন পৰিমাণৰ ধনৰ লেন-দেন
  • খন্তেক সময়ৰ পাছতে দুয়োকে হাজিৰ কৰোৱাব আদালতত
জুবিন গাৰ্গ জুবিন