/asomiyapratidin/media/media_files/2025/09/19/zubeen-19-2025-09-19-14-54-57.jpg)
ডিজিটেল ডেস্কঃ অসম কণ্ঠ, অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু নাই। ছিংগাপুৰত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীয়ে।