New Update
/asomiyapratidin/media/media_files/2025/09/24/ujjjss-2025-09-24-22-36-57.jpg)
- জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ গঠন হোৱা SITক লৈ বিতৰ্ক
- SITৰ ১০ জনীয়া তালিকাত নাম আছে নগাঁৱৰ DSP পৰিমিতা সৰকাৰৰ
- SITত পৰিমিতা সৰকাৰৰ নাম থকাক লৈ সৃষ্টি হৈছে বিতৰ্ক
- পৰিমিতা সৰকাৰ সহপাঠী আছিল সন্দীপন গাৰ্গৰ
- সন্দীপন গাৰ্গৰ সৈতে অতি ঘনিষ্ঠ পৰিমিতা সৰকাৰ
- জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত লগত আছিল সন্দীপন গাৰ্গ
- সন্দিপনৰ ঘনিষ্ঠ আৰক্ষী বিষয়াক তদন্তৰ দায়িত্ব দিয়াক লৈ বিতৰ্ক
- এই বিষয়াগৰাকীক তদন্ত কমিটিৰ পৰা আঁতৰ কৰাৰ দাবী সামাজিক মাধ্যমত।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/24/whatsapp-imag-2025-09-24-20-56-03.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us