New Update
/asomiyapratidin/media/media_files/2025/09/21/8848df0d-4490-44d7-a78a-fca5fe2b36aa-2025-09-21-17-45-48.jpg)
- জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই বি চি চি আইৰ বিশেষ সিদ্ধান্ত।
- মহিলা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত জুবিনক বিশেষভাৱে স্মৰণ কৰা হ’ব।
- উদ্বোধনী অনুষ্ঠানত জুবিনৰ সৃষ্টিৰাজিক লৈ হ’ব ৪০মিনিটজোৰা এক বিশেষ অনুষ্ঠান।
- অহা ৩০ছেপ্টেম্বৰত বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানৰ লগতে প্ৰথমখন মেচ।
- বি চি চি আয়ে আনুষ্ঠানিকভাৱে সদৰি কৰিছে এই তথ্য।