দুৰ্ঘটনাতপতিত জুবিন গাৰ্গৰ বাদ্যযন্ত্রীৰ বাহন...

ৰঙালীৰ আনন্দ- স্ফূৰ্তিৰ মাজতে শুকুৰবাৰে দুৰ্ঘটনাত পতিত হয়   জুবিন গাৰ্গৰ বাদ্যযন্ত্রী শিল্পীৰ বাহন।  চাংসাৰিৰ চৌকীগেট উৰণ সেতুত সংঘটিত এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত  আঘাতপ্রাপ্ত হৈছে ৪গৰাকীকৈ বাদ্যযন্ত্রী।

author-image
Asomiya Pratidin
New Update
5f186883-3b36-47e1-8f31-2aec6c70c4ea

ডিজিটেল ডেস্কঃ ৰঙালীৰ আনন্দ- স্ফূৰ্তিৰ মাজতে শুকুৰবাৰে দুৰ্ঘটনাত পতিত হয়   জুবিন গাৰ্গৰ বাদ্যযন্ত্রী শিল্পীৰ বাহন।  চাংসাৰিৰ চৌকীগেট উৰণ সেতুত সংঘটিত এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত  আঘাতপ্রাপ্ত হৈছে ৪গৰাকীকৈ বাদ্যযন্ত্রী।

উল্লেখ্য যে, শুকুৰবাৰে নিশা পাঠশালাত আছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। তালৈ যাত্ৰা কৰি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। আঘাতপ্রাপ্ত শিল্পীসকলক আমিনগাঁৱৰ নাৰায়ণা হাস্পতালত ভৰ্তি কৰা হৈছে।

চাৰিওগৰাকীৰ ভিতৰত গীটাৰিষ্ট প্ৰিয়াংকু বৰদলৈয়ে ভৰিত আঘাত পোৱাৰ লগতে বাকীসকলৰ আঘাত সামান্য বুলি সদৰি কৰিছে চিকিতসকে। 

জুবিন গাৰ্গ