New Update
/asomiyapratidin/media/media_files/2025/09/21/393-2025-09-21-06-33-59.jpg)
অসমভূমিত জুবিন গাৰ্গ।
ফুলৰ মাজত শুই আহিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ।
আৰু মাত্ৰ কিছু ক্ষণ।
খন্তেক পাছতে অৱতৰণ কৰিব জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই অনা বিমান।
জুবিন গাৰ্গৰ গুণমুগ্ধ, অনুৰাগীৰে ভৰি পৰিছে বৰঝাৰ।
উপস্থিত আছে পত্নী গৰিমা শইকীয়া গাৰ্গ।