New Update
/asomiyapratidin/media/media_files/2025/09/23/purohit-23-2025-09-23-08-33-14.jpg)
- জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰিব পুৰোহিত তুষাৰ ভাগৱতীয়ে।
- হাতীমূৰাৰ শেষকৃত্য সম্পন্ন হোৱাৰ স্থানত সাজু হৈ আছে তেওঁ।
- তেওঁৰ সৈতে থাকিব আন এগৰাকী পুৰোহিত পংকজ শৰ্মা।
- শেষকৃত্যৰ অনুষ্ঠানত চণ্ডাল হিচাপে থাকিব ধৃতিমালা, জয়ন্ত বৰুৱা, ললিত নাথ আৰু হিৰণ্য দাসে।
- হাতীমূৰাত জুবিন গাৰ্গৰ নশ্বৰ দেহ উপস্থিত হোৱাৰ পাছতে আৰম্ভ কৰিব হিন্দু ধৰ্মীয় নিয়মেৰে শেষকৃত্যৰ অনুষ্ঠান।
- ইতিমধ্যে লোকেলোকাৰণ্য হৈ পৰিছে শেষকৃত্যৰ অনুষ্ঠানস্থলী।