মৃত্যুৰ পাছতো জুবিনৰ দপদপনি! আজুঁৰি আনিলে ‘ফিল্ম ফেয়াৰ’ৰ তিনিটা বঁটা

জুবিন গাৰ্গলৈ ফিল্ম ফেয়াৰ জীৱনজোৰা সাধনা বঁটা। মৰণোত্তৰভাৱে জুবিন গাৰ্গলৈ এই সন্মান ফিল্ম ফেয়াৰ অসমৰ। জুবিন গাৰ্গৰ অনুপস্থিতিত গৰিমা শইকীয়া গাৰ্গে গ্রহণ কৰে এই সন্মান।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-27 at 2.59.34 PM
  • জুবিন গাৰ্গলৈ ফিল্ম ফেয়াৰ জীৱনজোৰা সাধনা বঁটা
  • মৰণোত্তৰভাৱে জুবিন গাৰ্গলৈ এই সন্মান ফিল্ম ফেয়াৰ অসমৰ
  • জুবিন গাৰ্গৰ অনুপস্থিতিত গৰিমা শইকীয়া গাৰ্গে গ্রহণ কৰে এই সন্মান
  • ফিল্ম ফেয়াৰৰ মুখ্য সম্পাদক জিতেশ পিল্লাই প্রদান কৰে এই সন্মান
  • জ্যেষ্ঠ নেপথ্য কণ্ঠশিল্পী(পুৰুষ) বঁটাও লাভ কৰিছে শিল্পীগৰাকীয়ে
  • জুবিন গাৰ্গৰ শেষ ছবি ‘ৰৈ ৰৈ বিনালে’ ছবিৰ বাবেও বিশেষ সন্মান
জুবিন গাৰ্গ জুবিন