এছআইটিত ভাষ্য প্রদান এন কে প্রডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকীৰ

SITৰ ওচৰত ভাষ্য প্রদান এন কে প্রডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকীৰ। জুবিনৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল দেৱ বৰকটকীৰ। জুবিন গাৰ্গৰ সংগীতৰ ৰয়েলিটী আৰু কপিৰাইট সন্দৰ্ভত তথ্য সংগ্রহ SITৰ।

author-image
Asomiya Pratidin
New Update
fvdfdfdfdfdfdf
  • SITৰ ওচৰত ভাষ্য প্রদান এন কে প্রডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকীৰ
  • জুবিনৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল দেৱ বৰকটকীৰ
  • জুবিন গাৰ্গৰ সংগীতৰ ৰয়েলিটী আৰু কপিৰাইট সন্দৰ্ভত তথ্য সংগ্রহ SITৰ
  • এই সন্দৰ্ভত SITক সকলো তথ্য প্রদান কৰে বৰকটকীয়ে
  • ছিংগাপুৰ যোৱাৰ পূৰ্বে জুবিন গাৰ্গৰ সৈতে সাক্ষাৎ‍ হৈছিল দেৱ বৰকটকীৰ
  • জুবিনৰ মৃত্যুৰ বাবে সিদ্ধাৰ্থৰ অৱজ্ঞাৰ কথা উল্লেখ দেৱ বৰকটকীকৰ
  • অসুস্থ বুলি জানিও সিদ্ধাৰ্থই জুবিনক সাগৰলৈ লৈ গৈছিল বুলি প্রশ্ন কটকীৰ
জুবিন গাৰ্গ জুবিন