New Update
/asomiyapratidin/media/media_files/2025/09/20/380-2025-09-20-23-33-34.jpg)
- দিল্লী পালেহি জুবিন গাৰ্গৰ নশ্বৰদেহ।
- ছিংগাপুৰৰ পৰা আহি দিল্লী বিমান বন্দৰত উপস্থিত হ'ল জুবিন গাৰ্গক অনা বিমানখন।
- এয়াৰ ইণ্ডিয়াৰ AIC2116 নম্বৰৰ বিমানখনত অনা হৈছে জুবিনক।
- কিছু সময় পাছতে অসম অভিমুখে লৈ অনা হ'ব জুবিনক ।
- লগত থাকিব বন্ধু তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিমল বৰা।
- গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা জুবিনক পোনে পোনে লৈ যোৱা হ'ব কাহিলীপাৰালৈ।