জুবিনৰ ১১ ফুট উচ্চতাৰ এটা পূৰ্ণাংগ মূৰ্ত্তি নিৰ্মাণত ব্যস্ত এজন অনুৰাগী...

লংকাৰ কাকীত জুবিন প্ৰেমী এজন যুৱকৰ জুবিনৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি। দিনে নিশাই জুবিন গাৰ্গৰ ১১ ফুট এটা পূৰ্ণাংগ মূৰ্ত্তি নিৰ্মাণত ব্যস্ত যুৱকজন

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-22 at 2.49.52 PM
  • লংকাৰ কাকীত জুবিন প্ৰেমী এজন যুৱকৰ জুবিনৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি
  • দিনে নিশাই জুবিন গাৰ্গৰ ১১ ফুট এটা পূৰ্ণাংগ মূৰ্ত্তি নিৰ্মাণত ব্যস্ত যুৱকজন
  • ৰাজ্য চাৰিটা স্থানত নিজ হাতেৰে আৰু নিজা খৰছেৰে নিৰ্মাণ কৰিব প্ৰিয় শিল্পী গৰাকীৰ মূৰ্ত্তি
  • ২ নং কাকী চাৰিআলিত প্ৰথমটো মূৰ্ত্তি নিৰ্মাণত ব্যস্ত যজ্ঞজ্যোতি বৰা নামৰ যুৱ শিল্পীজন
  • সাতদিনৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰিব প্ৰথমটো মূৰ্ত্তিৰ
জুবিন জুবিন গাৰ্গ গৰিমা গাৰ্গ