New Update
/asomiyapratidin/media/media_files/2025/09/24/fdfdfdfdsf-2025-09-24-08-09-46.jpg)
- জুবিন গাৰ্গৰ অকাল মৃত্যু সন্দৰ্ভত আৰম্ভ তদন্ত
- জুবিনৰ শেষযাত্ৰাৰ পাছতে CID-এ আৰম্ভ কৰিলে তদন্ত
- মঙলবাৰে নিশা যোৰহাটত উপস্থিত CIDৰ দল
- জুবিন গাৰ্গৰ সন্দেহজনক মৃত্যু সন্দৰ্ভত দাখিল কৰা এজাহাৰকাৰীক সোধাপোছা
- যোৰহাটত বৰ্তমানলৈকে দাখিল হৈছে ৫খনকৈ এজাহাৰ
- যোৰহাটৰ বিভিন্ন থানাত দাখিল কৰা হৈছে এজাহাৰ
- এজাহাৰত নাম আছে শ্যামকাণু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শ্বেখৰ গোস্বামীৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us