সন্ধানহীন পৰ্যটকক বিচাৰি ৰাজ্যিক চিৰিয়াখানাত আৰক্ষীৰ অভিযান

ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰত হাহাকাৰ পৰিৱেশ। এজন সন্ধানহীন লোকক বিচাৰি নিশাৰ ভাগত এই অভিযান চলাই আৰক্ষী আৰু বন বিভাগৰ লোকে। চিৰিয়াখানাৰ ভিতৰতে কেনেদৰে নিৰুদ্দেশ হ'ল এজন লোক?

author-image
Asomiya Pratidin
New Update
dangor-khobr-19
  • ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰত সন্ধানহীন এজন পৰ্যটক।
  • পৰ্যটকক বিচাৰি আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযান।
  • চিৰিয়াখানাৰ পাহাৰত উদ্ধাৰ এযোৰ জোতা আৰু এটা বেগ।
  • সন্ধিয়াৰ ভাগত পৰ্যটকগৰাকী বেগ লৈ সোমাই গৈছিল ভিতৰলৈ।
  • লোকজন ওলাই অহাৰ নাই কোনো তথ্য।
  • ঘটনাস্থলীত ডিচিপি ৰ নেতৃত্বত উপস্থিত হৈছে এটা আৰক্ষীৰ দল।
ৰাজ্যিক চিৰিয়াখানা