২২জানুৱাৰীত জামিন পাব নেকি অমৃতপ্ৰভাই...

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি সম্পন্ন হয় শনিবাৰে।  আদালতত চৰকাৰী পক্ষৰ অধিবক্তাই প্ৰদৰ্শন কৰে যুক্তি। অহা ২২জানুৱাৰীত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে আদালতে।

author-image
Asomiya Pratidin
New Update
f321e0a1-bb0b-49fe-8269-003ce5bddbbe

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি সম্পন্ন হয় শনিবাৰে।  আদালতত চৰকাৰী পক্ষৰ অধিবক্তাই প্ৰদৰ্শন কৰে যুক্তি। অহা ২২জানুৱাৰীত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে আদালতে।

Indian artist Zubeen Garg died in scuba diving incident in Singapore - CNA  Lifestyle

ইফালে শনিবাৰে অমৃতপ্ৰভাত মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰাৰ কথা আছিল যদিও সেই শুনানিও ২২জানুৱাৰীৰ লৈকে স্থগিত ৰাখে আদালতে।

Last Photo of Zubeen Garg in Singapore, before (, like everyone says) he  left everyone for a new journey. Heart is heavy and weeping ! 🙏😢💔

আজিৰ এই শুনানিত ভাৰ্চুৱেলী অংশ ল'লে ৭ অভিযুক্তই। উল্লেখ কৰা প্ৰয়োজন যে, চৰকাৰে নিযুক্তি দিয়া ৫অধিবক্তাৰ দৰে আজি যুক্তি প্ৰদৰ্শন কৰে আদালতত। 

জুবিন গাৰ্গ