New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
- নগাঁৱৰ কাছমাৰি চকলাঘাট সংযোগী পথৰ পুখুৰীত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ।
- মৃতদেহটো বেজ গাঁৱৰ তপন ডেকাৰ বুলি চিনাক্ত ।
- শনিবাৰৰ নিশাৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱকজন।
- লগতে যুৱকজনে ব্যৱহাৰ কৰা এ এছ ০২ এ জে ৩৪৯১ নম্বৰৰ স্কুটিখন উদ্ধাৰ কৰা হয়।
- ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us