যুৱ অলিম্পিকৰ স্বৰ্ণ বিজয়ী আস্থা গগৈক সম্বৰ্ধনা...

সোণাৰি হাজী অচিমুদ্দিন মিচন একাডেমীত সম্বৰ্ধনা খেলুৱৈগৰাকীক...

author-image
Asomiya Pratidin
New Update
যুৱ অলিম্পিকৰ স্বৰ্ণ বিজয়ী আস্থা গগৈক সম্বৰ্ধনা...

astha gogoi

ডিজিটেল সংবাদ চৰাইদেউঃ অসম যুৱ অলিম্পিক ২০২২ত সোণৰ পদক লাভ কৰা আস্থা গগৈক আজি চৰাইদেউ জিলাৰ সোণাৰি হাজী অচিমুদ্দিন মিচন একাডেমীত বিষেশ ভাবে সম্বৰ্ধনা জনোৱা হয়। আস্থাই ভাৰত্তোলনৰ ৭৬ কিলোগ্ৰাম শাখাত সোণৰ পদক লাভ কৰিছিল।

Advertisment

বিদ্যালয়ৰখনৰ একাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ সাফল্যত উৎফুল্লিত হৈ আজি বিদ্যালয়ৰ পৰিয়ালে ফুলাম গামোছা, সম্বৰ্ধনা পত্ৰৰে উষ্ম অভিনন্দন জনায়।সমগ্ৰ চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই অনা আস্থা মথুৰাপুৰৰ জিতু গগৈ আৰু প্ৰতিমা গগৈৰ কনিষ্ঠা কন্যা।

astha choudhury assam aggriculture university sports