New Update
/asomiyapratidin/media/media_files/2024/12/18/0S9GG9yHw89F3VxNYlXX.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃচতিয়াৰ ইটাখোলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত পথ দুৰ্ঘটনাত নিহত হয় এজন যুৱক।
উল্লখযোগ্য যে বাইক আৰু চাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত মৃত্যু হয় যুৱক জনৰ ৷
মৃত যুৱকজন চতিয়াৰ মাগুৰমাৰীৰ জ্ঞান জ্যোতি ফুকন বুলি জানিব পৰা গৈছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us