/asomiyapratidin/media/media_files/2025/07/11/new-ap-web-11-11-24-new-2-2025-07-11-15-44-07.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰৰ ৰঙাপৰাৰ পৰা এগৰাকী যুৱতী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰঙাপৰাৰ ৮ নং ৱাৰ্ডৰ পৰা সন্ধানহীন হৈছে আনোৱাৰা খাটুন নামৰ এগৰাকী যুৱতী।
৬ জুলাইৰ সন্ধিয়া যুৱতী গৰাকী ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে ইতিমধ্যে যুৱতী গৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত ৰঙাপৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us