/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/698da9c1-86e1-4dd0-bc69-e9d6d421c4ee/NORTH_GUWAHATI_1.jpg)
-
পূজাৰ আনন্দৰ মাজতে সংঘটিত হৈছে এক অঘটন।
-
পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দিলে এগৰাকীয়ে।
-
উত্তৰ গুৱাহাটী-গুৱাহাটী অভিমুখী ফেৰীত সংঘটিত হৈছে এই অঘটন।
-
বৰ্তমানেওলুইতত জাপ দিয়া যুৱতীগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই।
-
পি এল বুঢ়াদিয়া নামৰ ফেৰীখনত সংঘটিত হৈছে এই অঘটন।