/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/e91e2c2d-9b88-4b89-a8dd-ed6e654c28f3/cycle.jpg)
সাধাৰণ এখন চাইকেল আৰু হাতত কেইটামান মাত্ৰ টকা লৈ যাত্ৰা
ডিজিটেল সংবাদ, বান্দৰদেৱাঃ লখিমপুৰৰ পৰা গুৱাহাটীলৈ যুৱকৰ চাইকেল যাত্ৰা। এজন ১৮ বছৰীয়া যুৱকে অকলে এক চাইকেল যাত্ৰা শনিবাৰৰ পৰা পৰা আৰম্ভ কৰিছে।
নীতিন দাস নামৰ যুৱকজনে দৈনিক ৮০ কিলোমিটাৰকৈ চাইকেল চলোৱাৰ লক্ষ্য আগত ৰাখি আগবাঢ়ি গৈছে। সাধাৰণ এখন চাইকেল আৰু হাতত কেইটামান মাত্ৰ টকা লৈ গৈ থকা যুৱকজনে যাত্ৰা পথত থকা আৰু খোৱা বোৱাৰ ক্ষেত্ৰত হৃদয়বান ৰাইজৰ সহায় সহযোগিতা আশা কৰিছে।
আৰু পঢ়কঃ জয়মতী আৰু আইদেউ সন্দিকৈ...