/asomiyapratidin/media/media_files/2025/06/21/pradan-baruah-2025-06-21-16-27-35.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চিলাপথাৰ মণ্ডল বিজেপি সমিতিৰ উদ্যোগত আৰু ধেমাজি জিলা পতঞ্জলি যোগ সমিতিৰ সহযোগত চিলাপথাৰ ৰাজীৱ গান্ধী ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰকল্পত পালন কৰা হ'ল আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস।
যোগ দিৱসত ৰাইজৰ সৈতে উপস্থিত থাকে স্থানীয় বিধায়ক ভুবন পেগু, সাংসদ প্ৰদান বৰুৱা প্ৰমুক্ষে বহু দলীয় নেতা - কৰ্মী। সাংসদ প্ৰদান বৰুৱাই মন আৰু দেহা সুস্থ কৰি ৰাখিবলৈ সকলোকে যোগাভ্যাস অব্যাহত ৰাখিবলৈ আহ্বান জনায়।