New Update
/asomiyapratidin/media/media_files/2026/02/11/103-2026-02-11-19-02-23.jpg)
- পৰ্বতঝোৰাত বন বিভাগৰ অভিযানত বুজন পৰিমাণৰ কাঠৰ কুণ্ডা জব্দ।
- চিলিংঝোৰাত খোৰাঘাট বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ বন কৰ্মীৰ এই অভিযান।
- গোপন খবৰ ভিক্তিত মূল্যবান গছ কাটি থকা অৱস্থাত অভিযান চলাই বনকৰ্মীয়ে।
- বন কৰ্মীৰ অহাৰ উমান পাই আধাতে গছ কটা এৰি পলায়ন বনদস্যুৰ।
- মূল্যবান গছৰ কুণ্ডা সমূহ জব্দ কৰি খোৰাঘাট বনাঞ্চিল বিষয়া কাৰ্য্যালয়তলৈ আহে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us