মহিলা বিশ্বকাপ : অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলত টীম ইণ্ডিয়া

মাত্ৰ ৫টা উইকেট হেৰুৱাই ভাৰতে ৩৪১ ৰান সংগ্ৰহ কৰি বিজয়ী হয়। জেমিমাৰ শতকেৰে ভাৰতৰ এই বিশাল জয়।

author-image
Asomiya Pratidin
New Update
88
  • মহিলা বিশ্বকাপৰ ফাইনেলত টীম ইণ্ডিয়া। 
  • ছেমি ফাইনেলত ভাৰতে পৰাস্ত কৰে অষ্ট্ৰেলিয়াক।
  • ৫ উইকেটৰ ব্যৱধানত জয়ী হয় ভাৰত।
  • পোনতে বেট ধৰি অষ্ট্ৰেলিয়াই জয়ৰ বাবে ভাৰতক বান্ধি দিছিল ৩৩৯ ৰানৰ লক্ষ্য।
  • মাত্ৰ ৫টা উইকেট হেৰুৱাই ভাৰতে ৩৪১ ৰান সংগ্ৰহ কৰি বিজয়ী হয়।
  • জেমিমাৰ শতকেৰে ভাৰতৰ এই বিশাল জয়।
  • অধিনায়ক হৰমনপ্ৰীত কৌৰে কৰে ৮৯ ৰান।
ind vs aus team india world cup