Advertisment

হাজোত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ শতাধিক মহিলাৰ...

হাজোত নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে ওলাই আহে নাৰী সমাজ ।  শতাধিক মহিলাই হাতে-হাতে লাঠী লৈ কৰিলে তীব্র প্ৰতিবাদ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,হাজোঃ হাজোত নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে ওলাই আহে নাৰী সমাজ ।  শতাধিক মহিলাই হাতে-হাতে লাঠী লৈ কৰিলে তীব্র প্ৰতিবাদ।

Advertisment

হাজোৰ ঐতিহাসিক মাধৱ মন্দিৰৰ ওচৰে-পাজৰে গঢ়ি উঠিছে অবৈধ নিচাজাতীয় সামগ্ৰীৰ বেহা । দিনক দিনে বাঢ়ি যোৱা অবৈধ কাৰ্যপন্থাৰ ৰোধ কৰাৰ দাবীত ওলাই আহে মহিলাসকল ।

হাতত লাঠী লৈ এই মহিলাসকলে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় কৰা সকলক সকীয়নী প্ৰদান কৰে ।

নিচাযুক্ত দ্ৰব্য