New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
- মহানগৰীৰ মাজমজিয়াত উদ্ধাৰ মহিলাৰ মৃতদেহ।
- গুৱাহাটী মহানগৰীৰ ভাস্কৰ নগৰৰ ২নং উপ পথত উদ্ধাৰ হৈছে এটি মহিলাৰ মৃতদেহ।
- মৃতদেহটো মহিলাগৰাকীৰ ঘৰৰ সন্মুখতে উদ্ধাৰ হৈছে।
- মৃতদেহটোত আঘাতৰ চিন স্পষ্টৰূপত দেখা পোৱা গৈছে।
- ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।
- অৱ্যাহত আছে আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us