New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/08/dangor-khobr-5.jpg)
dangor khabar
চৰাইদেউত গুলী চালনাৰ ঘটনা।
জিলাখনৰ বৰহাটৰ পাণবাৰীত সংঘটিত হৈছে এই ঘটনা।
ঘৰৰ টিং ফুটি প্ৰৱেশ কৰা গুলী গৈ লাগিল এগৰাকী মহিলাৰ ভৰিত।
ঘটনাস্থলীতে ঢলি পৰিল গুলীবিদ্ধ মহিলাগৰাকী।
গুলীবিদ্ধ মহিলাগৰাকীৰ নাম আৰতী গোৱালা।
ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় আৰক্ষী।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।