খাৰঘুলিত ডিঙি ৰেপি হত্যা বন্দনা দাস নামৰ এগৰাকী মহিলাক...

মহিলাগৰাকীৰ চোৱাচিতাৰ দায়িত্বত আছিল দুই স্বামী-স্ত্রী। ঘটনাৰ সময়ত মহিলাগৰাকীৰ কোঠাৰ দুৱাৰ খোলা আছিল। শাৰিৰীকভাৱে অসুস্থ আছিল বন্দনা দাস নামৰ মহিলাগৰাকী।

author-image
Asomiya Pratidin
New Update
dangor-khobr-19
  • গুৱাহাটীৰ খাৰঘুলিত লোমহৰ্ষক হত্যাকাণ্ড।
  • ডিঙি ৰেপি হত্যা বন্দনা দাস নামৰ এগৰাকী মহিলাক।
  • এটা কোঠাৰ ভিতৰত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ।
  • ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে আটক দুই স্বামী-স্ত্রীক।
  • কুঞ্জলতা দাস আৰু ৰাতুল দাসক সোধা-পোছা আৰক্ষীৰ।
  • মহিলাগৰাকীৰ চোৱাচিতাৰ দায়িত্বত আছিল দুই স্বামী-স্ত্রী।
  • ঘটনাৰ সময়ত মহিলাগৰাকীৰ কোঠাৰ দুৱাৰ খোলা আছিল।
  • শাৰিৰীকভাৱে অসুস্থ আছিল বন্দনা দাস নামৰ মহিলাগৰাকী।
  • ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী, ফৰেনচিকৰ দল।
হত্যাকাণ্ড খাৰঘুলি