New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
- অৱ্যাহত আছে লামডিং আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷
- ধাৰাবাহিক অভিযানত এইবাৰ ড্ৰাগছসহ আটক এগৰাকী মহিলা।
- নিশা লামডিঙৰ তেৰেলাংচুৰ মাইল মাথা অঞ্চলত অভিযান চলাই আৰক্ষীয়ে।
- এই অভিযানতে হাতে- লোটে আটক কৰে মহিলগৰাকীক।
- মহিলগৰাকীৰ পৰা জব্দ কৰে ২৭.১৯ গ্ৰাম নিষিদ্ধ ব্ৰাউন চুগাৰ ।
- জানিব পৰা মতে আটকাধীন মহিলগৰাকী বয়স প্ৰায় ৪৬ বছৰ।
- তেওঁ ঘৰ লামডিং তেৰেলাংচু মাইল মাথা অঞ্চলত।