New Update
- মৰিগাঁও চহৰৰ ৪ নং ৱাৰ্ডৰ বাকৰীগাঁৱত অগ্নিদগ্ধ হৈ ৰহস্যজনক অৱস্থাত মৃত্যু এগৰাকী মহিলাৰ।
- বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।
- অগ্নিদগ্ধ হৈ মৃত্যু হোৱা মহিলাগৰাকীৰ বয়স প্ৰায় ৪৮ বছৰ।
- অবিবাহিতা মহিলাগৰাকীৰ মৃত্যুকলৈ সৃষ্টি হৈছে ৰহস্যৰ।
- উল্লেখ্য যে ১৯ বছৰ পূৰ্বে একেটা ঘৰতে অগ্নিদগ্ধ হৈ মৃত্যু হৈছিল এগৰাকী বোৱাৰীৰ।
- ঘটনাস্থলীত উপস্থিত হৈ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত তদন্ত আৰম্ভ কৰিছে মৰিগাঁও সদৰ আৰক্ষীয়ে।
- আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত ৰহস্য ওলাই পৰিব।