New Update
/asomiyapratidin/media/media_files/2025/07/17/419-2025-07-17-15-42-17.jpg)
- চতিয়াত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এগৰাকী মহিলাক আটক আৰক্ষীৰ ৷
- চতিয়াৰ উদয়পুৰৰ পৰা গাঞ্জাসহ আটক কৰে মহিলাগৰাকীক ৷
- ধৃত মহিলাগৰাকীৰ নাম মামন হাজৰিকা বুলি জানিব পৰা গৈছে ৷
- চতিয়া আৰু বিশ্বনাথ আৰক্ষীৰ যুটিয়া অভিযানত আটক মামন হাজৰিকা নামৰ গাঞ্জা সৰবৰাহকাৰী ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us