New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/6a1f99b3-876e-4fa4-912e-f246a45cd62d/download.jpg)
agrani khabar
ৰাজ্যত পুনৰ মৃত্যু হ'ল বনৰীয়া হাতীৰ।
এইবাৰ নামৰূপত সংঘটিত হৈছে এই ঘটনা।
নামৰূপৰ তাপ বিদ্যুৎ প্রকল্প চৌহদত সংঘটিত হৈছে এই ঘটনা।
প্রকল্পৰ আৱাসিক এলেকাৰ এটা পুখুৰীত উদ্ধাৰ মৃত হাতীটো।
বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ।
ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য।