New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/09/agrani-batory.jpg)
agrani khabar agrani khabar
ৰাজ্যত পুনৰ সংঘটিত হৈছে এক কৰুণ ঘটনা।
ৰে'লৰ খুন্দাত নিহত বন্যহস্তী।
লংকাত সংঘটিত হৈছে এই কৰুণ ঘটনা।
হাবাইপুৰ ৰেল ষ্টেচনৰ সমীপত সংঘটিত হ'ল এই দুৰ্ঘটনা।
এখন মালবাহী ৰেলৰ খুন্দাত নিহত হয় বনৰীয়া হাতীটো।
ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য।