/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-24.jpg)
DANGOR KHABAR
বিজয়া দশমীৰ পুৱাই প্ৰাণ হেৰুৱালে পুনৰ এটি বন্য হস্তীয়ে।
গোসাঁইগাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনা।
গোসাঁইগাঁৱৰ চানফান ৰেঞ্জৰ পেৰিপুৰি গাঁৱত প্ৰাণ ত্যাগ কৰিলে হাতীটোৱে।
জানিব পৰা মতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে হাতীটোৰ।
খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহিছিল হাতীটো।
সেই সময়তে বিজুলী তাঁৰত লাগে হাতীটো শুঁৰ।
বিদ্যুৎ বিভাগৰ থ্ৰী-ফেজৰ তাঁৰত লাগে হাতীটোৰ শুৰডাল।
যাৰ ফলত মৃত্যু হয় হাতীটোৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us