গোৱালপাৰাৰ বালিজানৰ নাৰায়ণপাৰাত অঘটন বন্যহস্তীৰ আক্রমণত নিহত পুৰুষ-মহিলা মৃত দুয়োৰে নাম ৰূপালী ৰায় আৰু ৰঞ্জন ৰায় ঘটনাক লৈ অঞ্চলজুৰিত উত্তপ্ত পৰিস্থিতি মৃতদেহ আনিবলৈ বাধা প্রদান উত্তেজিত ৰাইজৰ